Wednesday, January 15, 2020

Comments on the speech by Dr. Himanta Biswa Sarma in the Assam Assembly on 13th January 2020

হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ভাষণভাগ আমি সকলো অসমৰ ৰাইজে শুনিব লাগে৷ যদিওঁ তথ্যবোৰ আগ বঢ়াঁওতে তেওঁৰ হিন্দু ধৰ্মৰ প্ৰতি থকা দুৰ্বলতা আৰু বিজেপিৰ প্ৰতি থকা দ্বায়বদ্ধতাৰ কাৰণে যুক্তিবিহীন হোৱা দেখা গৈছে আৰু শব্দৰ মায়াজাল এখন বৈছে, তথাপিও তথ্য কেইটা আমি সকলোৱে জানিবলগীয়া৷

মোৰ কেইতামান যুক্তি আছে ভাৰত আৰু অসমৰ এজন নাগৰিক হিচাবে, আৰু দেশখনৰ শান্তি আৰু প্ৰগতিৰ প্ৰতি দ্বায়বদ্ধ কাৰণে৷ হিমন্ত ডাঙৰীয়াই বাৰে বাৰে কোৱাৰ দৰে মইও কৈছো যে ভুল হলে শুধৰাই দিয়েযেন৷
এই যুক্তিখিনি লেখাৰ মূল উদ্দেশ্য হৈছে যে আমি সকলোৱে আমাৰ দেশখন, আমাৰ সংবিধানখন ভালকৈ বুজি পাব লাগিব৷ দেশৰ হকে চিন্তা কৰোতে আবেগৰ পৰা অলপ আঁতৰি আহিব আমি পাৰিব লাগিব৷

১) আমাৰ দেশত এজন সাংসদ, চৰকাৰী আমোলা বা সামৰিক বাহিনীৰ বিষয়ায়ে সকলো সময়তে ধৰ্ম নিৰপেক্ষ্য হবই লাগিব৷ সাধাৰণ নাগৰিক এজনৰ বেলেগ মত এটা থাকিব পাৰে৷ এই ভাষণযোগে হিমন্ত ডাঙৰীয়া যে মুছলমান বিৰুধী সেইটো বিধানসভাৰ মজিয়াত জলজল পতপত কে উলাই পৰিছে৷ CAA অনা কাৰণটো যে ধৰ্মীয়, তাক এই ভাষণে ভাল দৰে উপস্থাপন কৰিছে। বিজেপি নেতৃত্বই বাৰে বাৰে কব বিচাৰিছে যে CAA খন secular। সেই ভাষ্যটোক এই ভাষণে উফৰাই দিছে। সেইকাৰণে তেওঁ ভাষণত কোৱাৰ দৰে ৰাজনীতি এৰাই ভাল৷ এই দেশখনৰ আইনে তেওঁক গ্ৰেপটাৰো কৰিব পাৰে এনেকুৱা ধৰ্মভিত্তিত এখন ’যুদ্ধৰ’ ঘোষণা কৰা বাবে৷

২) অসম চুক্তিখন যে হিমন্ত ডাঙৰীয়াই এতিয়াহে ভালকৈ পঢ়িছে, এই কথাষাৰে মোক বহুত দুখ দিছে৷ আৰু বা কিমান জন নেতায়ে হৈতো পঢ়িচোৱা নাই, ভাৱিবলৈয়েই ভয় লাগিছে৷ হয়, সচাঁয়ে অসম চুক্তি ৰুপায়নৰ ক্ষেত্ৰত অসমে বহুতখিনি কৰিবলগীয়া থাকি গ’ল৷ তাৰ কাৰণ আজি বুজিব পাৰিছো৷ প্ৰথম সত্যটো হৈছে অসম চুক্তিৰ দফাখিনি সংসদৰ (parliament) মজিয়াত কেতিয়াও উপস্থাপন কৰা হোৱা নাই আৰু সেইবাবে ১৯৮৫ চনৰ পাছত হোৱা যিকোনো বহিৰাগত বা Foreigner related সংশোধনীবোৰত অসম চুক্তিৰ কথা সামৰি লোৱা হোৱা নাই৷
মোৰ ব্যক্তিগত ধাৰনা যে এই সকলোবোৰ সংশোধনী অসমে অসম চুক্তিৰ দায়ৰাত থাকি অৱলম্বন কৰিব লাগে বা লাগিছিল৷ এই ভাষণত থিকেই কৈছে এক প্ৰকাৰে যে অসম চুক্তিৰ আগতেও উলঙ্ঘন হৈছে কিন্তু সেইবুলিয়েই আকৌ হব দিব লাগে বুলি মই নেভাৱো৷ আগতে কৰা ভুলবোৰ যিহেতো চুক্তিখন পঢ়ি নোছোৱা আৰু অভিজ্ঞতাৰ অভাৱত হল, এইবাৰ যিহেতো পঢ়িচোৱা হ’ল, ভালদৰে আইনৰ অভিজ্ঞ এজনৰ লগত আলোচনা কৰি অসম চুক্তি ৰুপায়নৰ সকলো চেষ্টা কৰাটোৱেই ভাল বুলি মই ভাৱিছো৷

৩) আমাৰ ভাৰতখন ১৯৫০ চনৰ পৰা আৰম্ভ হৈছে৷ ইয়াত কাৰোবাৰ কিবা সংদেহ আছে যদি আঁতৰাই লোৱাই ভাল৷ আমি সংবিধানখনৰ মতে চলো বুলি যদি গৰ্ব কৰো তেনেহলে সত্য এয়াই৷ ২৬/০১/১৯৫০ এই তাৰিখৰ পৰা হে আমি SECULAR, DEMOCRATIC, FEDERAL REPUBLIC হৈছো৷ এই তাৰিখৰ আগতে কোন ৰজাই কেইতা মন্দিৰ ভাঙিছে, কেইটা বনাইছে সেই জ্ঞান আমাৰ আজি তাৰিখত বুৰঞ্জীহে মাথোন৷ আমি ৰাজনিতীৰ দায়ৰাত হিন্দুপ্ৰধান দেশ নহয় বুলি সংবিধান লিখিলোঁ৷
পিছে Aurangzebএ কেইটা মন্দিৰ বনাইছে (হয় বনাইছে),তাৰো হিচাব মই দিব পাৰো৷ এই ভাষণত অনা বুৰঞ্জী কিছো সচাঁ আৰু কিছু মিছা৷ হয়, চুকাফা আক্ৰমণকাৰী আছিল৷ ১২০০ শতিকাৰ পাছতহে আহোমৰ অসম যাত্ৰা৷ আজি তেওঁলোক অসমীয়া৷ হয়টো আহোম অহাৰ আগতেও মুছলমান সকল এই অঞ্চলত আছিল৷ কিন্তু এই তথ্যৰ আজিৰ ভাৰত বা অসমত ৰাজনিতীৰ কাৰণে কোনো ভিত্তি থাকিব নোৱাৰে৷ আমাৰ চৰকাৰৰ চিন্তা, পৰিকল্পনা আৰু পলিচিৰ ক্ষেত্ৰত এই বুৰঞ্জীৰ কোনো কাম নাই৷ হিমন্ত ডাঙৰিয়াই মৰা ৰণহুংকাৰৰ আজিৰ ভাৰতত কোনো দৰকাৰ নাই৷ আমাৰ ৰাইজে বুজক আৰু এনেকুৱা ৰণহুংকাৰৰ সঠিক প্ৰতিউত্তৰ নিৰ্বাচনত দিয়ক৷
আমাক হিন্দু বা মুছলমান ভাল পোৱা আৰু ধৰ্মৰ নামত আবেগিক হৈ যোৱা নেতা নেলাগে, আমাক অসমীয়া নেতা লাগে৷ এজন মাৰোৱাৰী নেতায়ো ভাল অসমীয়া নেতা হ’ব পাৰে৷ তেওঁ অসমৰ অসম চুক্তিৰ বা আন কোনো আন্দোলন কৰি পোৱা চুক্তিৰ হকে সফলতাৰে মাত মাতিব পাৰিব পাৰে৷

৪) অসম চুক্তিৰ বছৰটো ১৯৬৬ নে ১৯৭১ সেই বিষয়টো অনা কাৰণে ভাল হৈছে৷ এই বিষয়ে জানিব কাৰণে আমি চুক্তিখন সকলোৱে পঢ়ি চাব লাগে৷ মোৰ অভিমত হৈছে যে উচ্চতম ন্যায়ালয়ে এন আৰ চি কৰোতে ১৯৭১ চনক ভাৱি লৈছে আৰু অসমৰ সকলোৱে তাৰিখটো মানি লোৱা দেখা গৈছে৷ সেইকাৰণে আমি আকৌ এই তাৰিখটো বিধান সভাৰ মজিয়াত আনি চুক্তিখন যে আগতেও উলঙ্ঘা হৈছে সেইটো স্থাপন কৰা কোনো ইতিবাচক চিন্তা হব নোৱাৰে৷
এইটো সচাঁ যে সময় প্ৰগতিশীল হব লাগে আৰু সময়ে অসম চুক্তিখনো প্ৰগতিশীল কৰি লৈ যাব লাগে৷ সংশোধন হোৱা মানেই violation বা উলঙ্ঘা নুবুজায়৷ ভাষণটোত ধৰি ৰখা উলঙ্ঘনবোৰ violation বুলি কোৱাটো সঠিক বুলি মই নেভাৱো, কাৰণ আমাৰ চুক্তিখন সংসদত উপস্থাপনেই হোৱা নাই৷ যদিও বহু দেৰিয়েই হৈছে, তথাপিও আমি বিধান সভাত এই বিষয়ে আলোচনা কৰিব লাগে৷ যিহেতো ৰাইজ চুক্তিখন লৈ আবেগিক, অসমৰ ৰাজ্য চৰকাৰে জ্ঞানীলোকৰ সহায় লৈ অসম চুক্তিৰ constitutionality বিচাৰি উলিয়াব লাগিব আৰু ভৱিষ্যতে কি কৰা উচিত, তাৰ সিদ্ধান্ত লোৱাটো অতি দৰকাৰ হৈ পৰিছে বুলি মই ভাৱো। অসম চুক্তিত থকা অমিমাংখিত বিষয়বোৰ অসমৰ ৰাইজে মিমাংখা কৰিবলৈ সুবিধা কৰি দিয়াটোয়েই উচিত কথা হব বুলি ভাৱো। কেন্দ্ৰীয় নীতিবোৰে অসম চুক্তিখন চেদেলি-ফেদেলি কৰা বুলি ৰাইজে বুজ ললে কথা বিষম হোৱাৰ সম্ভাৱনা নথকা নহয়।

৫) হিমন্ত ডাঙৰীয়াই ৰিফিউজী আৰু নাগৰিকতাৰ মাজৰ প্ৰাথক্য নজনাটো অতি দুখৰ কথা। ভাৰতৰ Refugee policy নেথাকিলেও শব্দটোৰ অৰ্থজনাত অসুবিধা হব নেলাগিছিল। এই শব্দটোৰ অৰ্থ নজনা দেখাই তেওঁ ডাঙৰ কথা এটা উপস্থাপন কৰিব বিচাৰিছে। কংগ্ৰেছ চৰকাৰ আৰু তৰুণ গগৈ ডাঙৰীয়াক তেওঁ নিজৰ লগত সামৰি লব বিচাৰিছে। পিছে এই যুক্তিয়ে গোটেই ভাষণটোক শেষ কৰি দিছে।
আজিৰ চলি থকা আন্দোলনখন নাগৰিকতাৰ প্ৰশ্নক লৈ হৈছে। তাক সাম কতাবলৈ দিয়া ভাষণভাগে refugee শব্দটোৰ অৰ্থ আন্দোলন কৰা সকলে বুজি নেপাই বুলি ভৱাটো ভাল হোৱা নাই বুলি মই ভাৱো।

Saturday, December 21, 2019

সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লৈ কেইতামান প্ৰশ্ন..

১) আপোনি ১৯৯২ৰ পৰা ১৯৯৯ লৈ আছুৰ সভাপতি থাকোতে ’অসম চুক্তি’ খনৰ ওপৰত বিশ্বাস আছিল নে? যদি বিশ্বাস আৰু সমৰ্থন আছিল, তেনেহলে কি যুক্তি বা কাৰণত আপোনি মত সলালে?

যদি আপোনি আছুত থাকোতে অসম চুক্তি সমৰ্থন নকৰিছিল, তেনেহলে আপোনি আছুক প্ৰতাৰনা কৰা নুবুজালে জানো?

২) আপোনি IMDT 1983 বিপৰিতে উচ্চতম ন্যায়ালয়ত সুফল পাওঁতে ন্যায়ালয়ে বাংলাদেশৰ পৰা হোৱা ’Infiltration’ ক ‘External Aggression’ বুলি আখ্যা দিছিল৷ আপোনি সেই ৰায় মানি লৈছিল আৰু সেই ৰায়দানৰ ফলতে আপোনি জাতিয় নায়কৰ উপাধি পাইছিল৷

সঁচা অৰ্থত মানি লোৱা নাছিল নেকি বাৰু? মানি লোৱা হলে আপোনি কেতিয়াও ’External Aggresion’ক ১৯৭১ চনৰ পৰা ২০১৪ চনলৈ আগ বঢ়াই নানিলে হেতেন?

৩)লগতে উচ্চতম নিয়ালয়ে কৈছিল যে “Bangladesh nationals who have illegally crossed the border and have trespassed into Assam or are living in other parts of the country have no legal right of any kind to remain in India and they are liable to be deported." ২০১৫ চনত বিজেপি চৰকাৰে Foreigners Order 1948 বদলালে আৰু সকলো বিদেশীক, মুছলমান বিদেশীৰ বাহিৰে, ভাৰত আৰু অসমত থাকিবলৈ সন্মতি দিলে৷

আপোনাৰ কেইবা বছৰৰ কষ্টৰ ফলক আপোনাৰ দল বিজেপিয়ে ভৰিৰে গচকি দিলে৷ আপোনি কিয় একো মাত নেমাতিলে? আপোনাৰ দুখ নেলাগিল নে? নে আপোনি আজিৰ দিনত মত সলালে আৰু IMDT ৰায়ক নেমানে?

৪) আপোনাৰ ৰাজ্য অসমত আজি ১৯ লাখ মানুহ দেশবিহীন৷ আপোনি জানে যে ইয়াৰ মাজতে বহু নিৰীহ, নিৰ্দোষী খিলঞ্জীয়া মানুহো আছে৷ নেজানে জানো? কা বা কেবৰ আগতে এই মানুহখিনিৰ কথা ভৱাটো আপোনাৰ দায়িত্ব আছিল বুলি মই ভাৱো৷ আজিৰ দিন’তো আপোনি তেওঁলোকৰ কথা কিয় নেভাৱিলে? কি হ’ব সেই দু্ৰ্ভগীয়া মানুহ বিলাকৰ?

মই ভাৱো আপোনি যদি এই চাৰিটা প্ৰশ্ন সথিকভাৱে দিব পাৰে, আপোনাক অসমৰ ৰাইজে বুজিব আৰু আকৌ হইটো ভোট দিব৷

Wednesday, December 11, 2019

#AssamRejectsCAB - How BJP is being blind in its vote consolidation strategy?


In 1984, when BJP was reduced to 4 seats, it was a huge setback and that gave rise to the strategy of Hindu consolidation by hook or by crook. By 1985, the plan was finalised.

Right from the Advani Rath Yatra that killed ordinary citizens in thousands (ably opposed by Lalu Prasad Yadav - https://youtu.be/W7XRvjYQOaI) and destroyed a mosque; the same strategy is in the works regarding citizenship related amendments. All these steps were not to build a nation. It was to consolidate the majority votes for the BJP at any cost. Assam is a negligible cost for the BJP in its overall scheme of things for power in the centre.

BJP started meddling in with citizenship in 2015 when they silently amended the passport act and the foreigners act. Only Tarun Gogoi spoke against it - https://m.economictimes.com/…/mha-…/articleshow/49430646.cms) at that time. The amendments in the passport act of 1950 and Foreigners Order of 1948 said that the same religions that are mentioned in CAB from the same countries as mentioned in CAB would not be considered illegal migrants even if they don’t posses valid documents to enter or stay in India.

Sadly the public didn’t realise the unconstitutionality of the amendments then. The point to note is that if NRC didn’t take place in Assam (thankfully for Assam Accord, AASU and the Congress), which listed the 19 lakhs as alleged foreigners, the real illegal migrants of the six religions would not be illegal at all. Only because of the NRC, the illegal Hindu migrants in Assam are now deemed illegal once again. The 2015 amendments were very powerfully against the constitution, and against Assam and the Northeast.

CAB was therefore brought in to give citizenship which the 2015 amendments couldn’t. We all know that CAB is unconstitutional because it discriminated against Islam, just like the 2015 amendments. It doesn’t matter because it is part of the 1985 strategy to consolidate the Brahmins, upper caste Hindus and Hindus in general primarily in the Hindu belt and if possible the south. The newer agenda is also to woo the Hindu Bengali voters in WB and NE.

Surely, BJP has been successful politically in their strategy of consolidation along with their development - Vikas agenda. However, I think these amendments are short term bigoted thinking. Also quite naive and stupid. When you are bigoted, you simply cannot be rational and long term. For instance, Amit Shah calling for NRC across India simply makes their 2015 amendments useless. One reason perhaps is also that BJP forgot about the 2015 passport and foreigner amendments because they didn’t give the expected political dividend and news coverage. If the latter is true then it is even more dangerous. CAB similarly is useless because there is no way anybody can prove persecution in their application of citizenship.

The conviction of putting an useless bill when India is suffering from hundreds of other serious problems is the most dangerous of all. The agenda of polarisation is making BJP blind and stupid. In terms of an Intelligence bureau report, only around 11000 people may benefit from CAB. How would anyone prove that he was from Bangladesh and that he was persecuted?

Coming back to Assam, and NE the current protests are natural and logical. Assam has seen language agitation, foreigner agitation from over a century. Initially, British imposed Bengali as the official language of the NE and ASSAM because they had brought Bengali working class to Assam to work for their administration of the region, and the railways. After prolonged agitation, we got Assamese back as our language. However the anger against the Bengalis remained in the insides of our psyche.

Then came the foreigner agitation. Cachar district which initially had indigenous population became a Bengali majority district. Muslim immigration also have changed demographic identity of a few districts. Therefore, the foreigner agitation of 1980s were not religious and bidekhi meant all foreigners. Because of the secular nature of the protest and the rationality therefore, the Congress govt signed the Assam Accord of 1985.

Assam Accord was a huge success for Indian federalism and Assamese pride. The NRC process which is done only for Assam is also a huge matter of pride for the indigenous Assamese.

CAB by the BJP has made both the ASSAM Accord and NRC irrelevant. It left Assam no reason to control their emotions anymore. I will also come out in protest. BJP has showed complete disregard for Assamese pride. First, it gave land to Bangladesh when it promised otherwise. Then they took away the 15000 crore NE economic stimulus package. And the carelessness continued. CAB was the nail in the coffin of promises made by the BJP.

Street protests, closure of offices, businesses will now be the norm. Sadly, lives may be lost, anarchy will prevail and the unscrupulous will try to make hey. The poor economy will become poorer. Poverty will increase.

BJP is squarely to be blamed for this chaos. Their strategy of harmless consolidation in 1985 (even Advani didn’t think there will be so many deaths) has become very dangerously bigoted consolidation, and the end is not near. BJP has crossed the fine line of decency and will stoop to any level to keep their political calculations in their favour, and so the end is not near.

I appeal to everyone to protest peacefully and let the Govt understand the power of nonviolent protest taught to us by the Mahatma.

Here is a beautiful protest song that has from the anger and frustrations of the Assamese.
https://youtu.be/8kpU3HrBuTg

Kindly share if you liked the blog.

Thursday, April 25, 2019

#Alberuni - Trying to understand people we don't like instinctively, for peace.

#History #HoliThought

Mahmud of Ghazni was good to India!

I am sorry. That was meant to attract your attention. How can I? I mean, he did a Balakot onto India in the 11th century AD.

Jokes apart, I would like to talk about a great Iranian born Arabic scholar #Alberuni, who came to India with Mahmud of Ghazni. Hope you will enjoy knowing him as significant credit goes to him for the foreign perception about India based on his 11th century book - Ta'rikh al-hind (The History of India).

Alberuni mastered Sanskrit and studied Indian texts on mathematics, natural sciences, literature, philosophy and religion. He spoke to as many Indian experts as he could find. It was this compilation of knowledge in the form of his book that stood the test of time as a proof to many Indian intellectual traditions, social customs and more importantly Indian achievements.

Alberuni wrote about Aryabhatta (476 AD) about his explanation of solar and lunar eclipses with methods of measuring shadows. He wrote about #Aryabhatta's courage to oppose religious orthodoxy to reject their views that sun revolves around the earth, in favour of earth's rotation.

Alberuni judged Brahmagupta (7th Century) as the best mathematician and wrote about his theories about the force of gravity to explain why objects are not thrown out as the earth rotates. He translated Brahmagupta's Sanskrit book, Brahmasiddhanta into Arabic. It was through Arab scholars that the decimal system & Indian numerals reached Europe.

Alberuni concludes the book with a profound statement about cultures and civilizations in general. It holds immense importance today when we are fighting widespread hatred. He writes,

'In all manners and usages, the Indians differ from us to such a degree as to frighten their children with us, with our dress, and our ways and customs, and as to declare us to be devil's breed, and our doings as the very opposite of all that is good and proper. BY THE BYE, WE MUST CONFESS, IN ORDER TO BE JUST, THAT A SIMILAR DEPRECIATION OF FOREIGNERS NOT ONLY PREVAIL AMONG US AND THE INDIANS, BUT IS COMMON TO ALL NATIONS TOWARDS EACH OTHER. '

It was in this context, Alberuni wrote about the nastiness & atrocities of the Mahmud in Mathura, Kanauj, and Somnath Temple. He wrote in disgust that 'Mahmud utterly ruined the prosperity of the country, by which Hindus became like atoms of dust scattered in all directions. As a result, he wrote, a section of Hindus cherish the most inveterate aversion towards all Muslims.

Alberuni argued that evil behavior like that of the Mahmud, can arise from a lack of understanding of, and familiarity with other people. He thought it very important for people in one country to know how others elsewhere live, and how progressive or backward they are and what they think. That was the basis of his book and his staying back with the Indians to learn Sanskrit.

From him, I have learnt a very profound wisdom that if we try to know about people who we don't like, we may end up not disliking them. One Muslim plundered. The other gave us an invaluable gift.

We can build an united India that understands each other to not hate each other. Only an atmosphere of peace can usher in progress.

Happy Holi.