Thursday, April 25, 2019

In response to a mob violence in Assam..

বিশ্বনাথ চাৰিআলি,
তই দুখ দিলি।
কিয় নিৰৱে চাই থাকিলি ৰই।

দুজনক নিদিলি কিয় সাহস,
মানৱতাক খঙৰ পৰা কৰিবলৈ উদ্ধাৰ।

অসমীয়া মই, লাজত হলো সেউজীয়া।
মানুহো মই, সাহেৰে খঙৰ ভিৰক বিৰোধ কৰি যাম।

আলি ককাই, মাফ কৰি দিয়া ডেকা তেজক,
সময়ে বুজাব, ডেকা তেজ বুঢ়া হ'ব।
আল্লা খোদা ভগৱানে তোমাক শান্তি দিব।

হে অসমীয়া, বুজিবা আন্তৰিকতাৰে,
আবেগেৰে নলবা হেংদাং,
অসম গৌৰৱ গদাধৰসিংহৰো আছিল প্ৰিয় খাদ্য
এটি দমৰা।

No comments:

Post a Comment

The fun is in knowing how nasty, boring or great fun, it was for you, reading my blog post... Just write in, criticize, praise, add to my thoughts or whatever you feel... it will only add to my perspective.
Thank you for your time. Cheers.